যৌতুকৰ দাবীত পত্নী আৰু কন্যা সন্তানক গুলীয়াই হত্যাৰ চেষ্টা আৰক্ষীৰ!

AK47 ৰাইফল লৈ পত্নীৰ পিতৃগৃহত তাণ্ডৱ চলালে আৰক্ষীজনে।

News18-Assam
Updated:September 21, 2019, 11:23 AM IST
যৌতুকৰ দাবীত পত্নী আৰু কন্যা সন্তানক গুলীয়াই হত্যাৰ চেষ্টা আৰক্ষীৰ!
Source-Google
News18-Assam
Updated: September 21, 2019, 11:23 AM IST
শিৱসাগৰত সংঘটিত হৈছে ভয়ংকৰ কাণ্ড। শিৱসাগৰৰ  উপ আৰক্ষী অধীক্ষকৰ দেহৰক্ষীৰ তাণ্ডৱ। নিজ পত্নী আৰু কন্যা সন্তানক গুলীয়াই হত্যাৰ চেষ্টা উপ আৰক্ষী অধীক্ষকৰ দেহৰক্ষীৰ। আৰক্ষী জোৱানজনৰ নাম গৌতম দাস। AK47 ৰাইফল লৈ পত্নীৰ পিতৃগৃহত তাণ্ডৱ চলালে আৰক্ষী জোৱান জনে। কথমপি প্ৰাণৰক্ষা পৰিল পত্নী কন্যাৰ। যৌতুক বিচাৰি দীৰ্ঘদিনৰে পৰা পত্নীৰ ওপৰত চলাই আহিছিল নিৰ্যাতন। শিৱসাগৰ আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত গৌতম দাসক।
আৰু চাওক পৰৱৰ্তী বাতৰি