অৱশেষত মাতৃয়ে দিখৌত দলিয়াই দিয়া কণমানিজনীৰ মৃতদেহ উদ্ধাৰ

News18-Assam
Updated:November 16, 2019, 5:21 PM IST
অৱশেষত মাতৃয়ে দিখৌত দলিয়াই দিয়া কণমানিজনীৰ মৃতদেহ উদ্ধাৰ
শনিবাৰে দেৱযানী দাস নামৰ এগৰাকী মহিলাই দিখৌত দলিয়াই দিছিল নিজৰ ৭ বছৰীয়া জীয়ৰীক

শনিবাৰে দেৱযানী দাস নামৰ এগৰাকী মহিলাই দিখৌত দলিয়াই দিছিল নিজৰ ৭ বছৰীয়া জীয়ৰীক

  • Share this:
দিনযোৰা প্ৰচেষ্টাৰ অন্তত অৱশেষত উদ্ধাৰ কৰা হ’ল মাতৃয়ে দিখৌত দলিয়াই দিয়া ৭ বছৰীয়া কণমানিজনীৰ মৃতদেহ। শনিবাৰে দেৱযানী দাস নামৰ এগৰাকী মহিলাই দিখৌত দলিয়াই দিছিল নিজৰ ৭ বছৰীয়া জীয়ৰীক। শিশুটিক বিচাৰি SDRF, NDRF এ আৰম্ভ কৰিছিল অভিযান। আৰু অৱশেষত দেওবাৰে উদ্ধাৰ কৰা হয় কণমানিজনীৰ মৃতদেহ।
আৰু চাওক
পৰৱৰ্তী বাতৰি