বৰ্তমান শিৱানীৰ সন্ধানত অনুসন্ধান অব্যাহত ৰাখিছে আৰক্ষীয়ে।
বৰ্তমান শিৱানীৰ সন্ধানত অনুসন্ধান অব্যাহত ৰাখিছে আৰক্ষীয়ে।
- শিৱসাগৰৰ আমগুৰিৰ যুৱতী আলফা স্বাধীনত যোগদান কৰাৰ সন্দেহ।
- আমগুৰি লালিম চাপৰিৰ শিৱানী গগৈ নামৰ যুৱতীগৰাকীয়ে আলফা স্বাধীনত যোগদান কৰাৰ সন্দেহ।
- শিৱানী গগৈ প্ৰাঞ্জল গগৈৰ কন্যা। বৰ্তমান আমগুৰি কলেজৰ স্নাতক তৃতীয় ষান্মাসিকৰ ছাত্ৰী শিৱানী।
- শিৱানী গগৈ দুদিন মান ধৰি সন্ধানহীন হৈ থকাৰ পিছত পিতৃ প্ৰাঞ্জল গগৈয়ে যোৱা ১৩ মে'ত আৰক্ষীক অৱগত কৰিছিল।
- বৰ্তমান শিৱানীৰ সন্ধানত অনুসন্ধান অব্যাহত ৰাখিছে আৰক্ষীয়ে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|