உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • শিৱসাগৰৰ আমগুৰি কলেজৰ ছাত্ৰীয়ে আলফাত যোগদান কৰাৰ সন্দেহ, আৰক্ষীৰ কাষ চাপিল পিতৃ

    শিৱসাগৰৰ আমগুৰি কলেজৰ ছাত্ৰীয়ে আলফাত যোগদান কৰাৰ সন্দেহ, আৰক্ষীৰ কাষ চাপিল পিতৃ

    বৰ্তমান শিৱানীৰ সন্ধানত  অনুসন্ধান অব্যাহত ৰাখিছে আৰক্ষীয়ে।

    বৰ্তমান শিৱানীৰ সন্ধানত  অনুসন্ধান অব্যাহত ৰাখিছে আৰক্ষীয়ে।

    বৰ্তমান শিৱানীৰ সন্ধানত  অনুসন্ধান অব্যাহত ৰাখিছে আৰক্ষীয়ে।

    • Share this:

    • শিৱসাগৰৰ আমগুৰিৰ যুৱতী আলফা স্বাধীনত যোগদান কৰাৰ সন্দেহ।

    • আমগুৰি লালিম চাপৰিৰ শিৱানী গগৈ নামৰ যুৱতীগৰাকীয়ে আলফা স্বাধীনত যোগদান কৰাৰ সন্দেহ।

    • শিৱানী গগৈ প্ৰাঞ্জল গগৈৰ কন্যা। বৰ্তমান  আমগুৰি কলেজৰ স্নাতক তৃতীয় ষান্মাসিকৰ ছাত্ৰী শিৱানী।

    • শিৱানী গগৈ দুদিন মান ধৰি সন্ধানহীন হৈ থকাৰ পিছত পিতৃ প্ৰাঞ্জল গগৈয়ে যোৱা ১৩ মে'ত আৰক্ষীক অৱগত কৰিছিল।

    • বৰ্তমান শিৱানীৰ সন্ধানত  অনুসন্ধান অব্যাহত ৰাখিছে আৰক্ষীয়ে।

    Published by:Himangshu Bhuyan
    First published: