শিৱসাগৰ জিলাত গাহৰি মাংস (Pork) বিক্ৰীৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ।
আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ প্ৰত্যাহাৰ কৰিলে নিষেধাজ্ঞা।
এক নিৰ্দেশনা যোগে এই কথা সদৰি কৰিলে শিৱসাগৰ জিলা প্ৰশাসনে।
১৬ জুলাইৰ পৰা জিলাখনত গাহৰি মাংস ক্ৰয়-বিক্ৰয়, যোগান আৰু মজুতকৰণ বন্ধ কৰিছিল প্ৰশাসনে ।
ছোৱাইন ফিভাৰ (Swine Fever)ৰ প্ৰাদুৰ্ভাৱ বন্ধ হোৱাত গাহৰি মাংসৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰৰ ঘোষণা।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|