
Source-Google
কেন্দ্ৰক চাৰি সপ্তাহৰ সময়সীমা উচ্চতম ন্যায়ালয়ৰ
নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যত ধাৰাবাহিক ভাবে চলি আছে প্ৰতিবাদ। তাৰ মাজতেই আজি নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত।নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অসমৰ আবেদনসমূহৰ পৃথককৈ শুনানি হ’ব বুলি জনাইছে উচ্চতম ন্যায়ালয়ে।
অহা ৪ সপ্তাহৰ পিছত আকৌ হ’ব শুনানি। শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে অসমৰ পৰিস্থিতি সুকীয়া বুলিও বিশেষ মন্তব্য কৰে। আনহাতে অসম আৰু ত্ৰিপুৰাৰ গোচৰৰ বাবে হ’ব পৃথক শুনানি। দুসপ্তাহ পিছত অসমৰ আবেদনৰ হ’ব শুনানি।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|