உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Sipajhar Accident | ছিপাঝাৰৰ ভয়ংকৰ দুৰ্ঘটনাত চাৰিজনৰ মৃত্যু, আন চাৰিজন GMCHত চিকিৎসাধীন

    Sipajhar Accident | ছিপাঝাৰৰ ভয়ংকৰ দুৰ্ঘটনাত চাৰিজনৰ মৃত্যু, আন চাৰিজন GMCHত চিকিৎসাধীন

    গুৰুতৰভাৱে আহত ৪ জনক GMCHত ভৰ্তি কৰোৱা হৈছে। ছিপাঝাৰৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা।

    • Share this:
    ছিপাঝাৰত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ৪জন। তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিলে ৮ প্ৰাতঃভ্ৰমণকাৰীক। ট্ৰাকৰ খুন্দাত থিতাতে নিহত এগৰাকী মহিলাসহ আন দুজন। নিহত জয়মতী বৰুৱা, জিণ্টুমণি আহমেদ আৰু ইমদাদুল হক। GMCHলৈ নিয়াৰ পথত মৃত্যু আন এজন আহত লোকৰ। গুৰুতৰভাৱে আহত ৪ জনক GMCHত ভৰ্তি কৰোৱা হৈছে। ছিপাঝাৰৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা।
    Published by:Sanjay Kumar Das
    First published: