মুখ্যপৃষ্ঠা »খবৰ »অসম »Sipajhar Accident | ছিপাঝাৰৰ ভয়ংকৰ দুৰ্ঘটনাত চাৰিজনৰ মৃত্যু, আন চাৰিজন GMCHত চিকিৎসাধীন

Sipajhar Accident | ছিপাঝাৰৰ ভয়ংকৰ দুৰ্ঘটনাত চাৰিজনৰ মৃত্যু, আন চাৰিজন GMCHত চিকিৎসাধীন

গুৰুতৰভাৱে আহত ৪ জনক GMCHত ভৰ্তি কৰোৱা হৈছে। ছিপাঝাৰৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা।

  • Share this:
ছিপাঝাৰত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ৪জন। তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিলে ৮ প্ৰাতঃভ্ৰমণকাৰীক। ট্ৰাকৰ খুন্দাত থিতাতে নিহত এগৰাকী মহিলাসহ আন দুজন। নিহত জয়মতী বৰুৱা, জিণ্টুমণি আহমেদ আৰু ইমদাদুল হক। GMCHলৈ নিয়াৰ পথত মৃত্যু আন এজন আহত লোকৰ। গুৰুতৰভাৱে আহত ৪ জনক GMCHত ভৰ্তি কৰোৱা হৈছে। ছিপাঝাৰৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা।

শেহতীয়া বাতৰি