ধৃত ছান মামুদৰ ঘৰ ছিপাঝাৰ থানাৰ অন্তৰ্গত ৩নং ধলপুৰ আৰু আছমত আলীৰ ঘৰ ছিপাঝাৰ থানাৰ অন্তৰ্গত ৩নং ধলপুৰ ভেটিবজাৰত।
ধৃত ছান মামুদৰ ঘৰ ছিপাঝাৰ থানাৰ অন্তৰ্গত ৩নং ধলপুৰ আৰু আছমত আলীৰ ঘৰ ছিপাঝাৰ থানাৰ অন্তৰ্গত ৩নং ধলপুৰ ভেটিবজাৰত।
ছিপাঝাৰৰ ধলপুৰ কাণ্ডত জড়িতৰ অভিযোগত দুজনক গ্ৰেপ্তাৰ। গ্ৰেপ্তাৰ হোৱা লোক দুজন হ’ল আছমত আলী আৰু ছান মামুদ। ধৃত আছমত আলী বাজনাপথাৰ পঞ্চায়তৰ প্ৰাক্তন সভাপতি আৰু ছান মামুদ সাণোৱা গাঁও পঞ্চায়তৰ সভাপতি। ছিপাঝাৰ আৰক্ষীয়ে নিজৰ নিজ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে দুয়োজনকে।
ধলপুৰ কাণ্ডত উচটনি দিয়াৰ অভিযোগ দুয়োজন লোকৰ বিৰুদ্ধে। দুয়োকে ছিপাঝাৰ থানাত সোধা–পোছা আৰম্ভ কৰিছে আৰক্ষীয়ে। ধনদাবী আৰু উচতনিমূলক কাৰ্যত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ দুয়োজনক।
ধৃত ছান মামুদৰ ঘৰ ছিপাঝাৰ থানাৰ অন্তৰ্গত ৩নং ধলপুৰ আৰু আছমত আলীৰ ঘৰ ছিপাঝাৰ থানাৰ অন্তৰ্গত ৩নং ধলপুৰ ভেটিবজাৰত।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|