মুখ্যপৃষ্ঠা » খবৰ

» অসম

»ছিপাঝাৰৰ ধলপুৰ কাণ্ডত জড়িতৰ অভিযোগত দুজনক গ্ৰেপ্তাৰ, ধলপুৰ কাণ্ডত উচতনি দিয়াৰ অভিযোগ

ছিপাঝাৰৰ ধলপুৰ কাণ্ডত জড়িতৰ অভিযোগত দুজনক গ্ৰেপ্তাৰ, ধলপুৰ কাণ্ডত উচতনি দিয়াৰ অভিযোগ

News18 Assam | News18-Assam
Updated:September 27, 2021, 2:47 PM IST
ছিপাঝাৰৰ ধলপুৰ কাণ্ডত জড়িতৰ অভিযোগত দুজনক গ্ৰেপ্তাৰ, ধলপুৰ কাণ্ডত উচতনি দিয়াৰ অভিযোগ
ধৃত ছান মামুদৰ ঘৰ ছিপাঝাৰ থানাৰ অন্তৰ্গত ৩নং ধলপুৰ আৰু আছমত আলীৰ ঘৰ ছিপাঝাৰ থানাৰ অন্তৰ্গত ৩নং ধলপুৰ ভেটিবজাৰত।

ধৃত ছান মামুদৰ ঘৰ ছিপাঝাৰ থানাৰ অন্তৰ্গত ৩নং ধলপুৰ আৰু আছমত আলীৰ ঘৰ ছিপাঝাৰ থানাৰ অন্তৰ্গত ৩নং ধলপুৰ ভেটিবজাৰত।

  • News18 Assam
  • Last Updated: September 27, 2021, 2:47 PM IST
  • Share this:
ছিপাঝাৰৰ ধলপুৰ কাণ্ডত জড়িতৰ অভিযোগত দুজনক গ্ৰেপ্তাৰ। গ্ৰেপ্তাৰ হোৱা লোক দুজন হ’ল আছমত আলী আৰু ছান মামুদ। ধৃত আছমত আলী বাজনাপথাৰ পঞ্চায়তৰ প্ৰাক্তন সভাপতি আৰু ছান মামুদ সাণোৱা গাঁও পঞ্চায়তৰ সভাপতি। ছিপাঝাৰ আৰক্ষীয়ে নিজৰ নিজ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে দুয়োজনকে।

ধলপুৰ কাণ্ডত উচটনি দিয়াৰ অভিযোগ দুয়োজন লোকৰ বিৰুদ্ধে। দুয়োকে ছিপাঝাৰ থানাত সোধা–পোছা আৰম্ভ কৰিছে আৰক্ষীয়ে। ধনদাবী আৰু উচতনিমূলক কাৰ্যত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ দুয়োজনক।

ধৃত ছান মামুদৰ ঘৰ ছিপাঝাৰ থানাৰ অন্তৰ্গত ৩নং ধলপুৰ আৰু আছমত আলীৰ ঘৰ ছিপাঝাৰ থানাৰ অন্তৰ্গত ৩নং ধলপুৰ ভেটিবজাৰত।
Published by: Sanjay Kumar Das
First published: September 27, 2021, 2:47 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি