প্লাষ্টিকৰ বিৰুদ্ধে তত্‍পৰতা! জনতা ভৱনত আজিৰে পৰা নচলিব এইসমূহ সামগ্ৰী

আজিৰে পৰা নচলিব এইসমূহ সামগ্ৰী।

News18-Assam
Updated:October 1, 2019, 10:35 AM IST
প্লাষ্টিকৰ বিৰুদ্ধে তত্‍পৰতা! জনতা ভৱনত আজিৰে পৰা নচলিব এইসমূহ সামগ্ৰী
আজিৰে পৰা নচলিব এইসমূহ সামগ্ৰী।
News18-Assam
Updated: October 1, 2019, 10:35 AM IST
গুঞ্জন কলিতা, গুৱাহাটীঃ কাইলৈৰ পৰা সমগ্ৰ দেশত নিষিদ্ধ হ’ব এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক। ইয়াৰ বাবে জনতা ভৱনত দেখা গ’ল পূৰ্ব তৎপৰতা। জনতা ভৱনত নিষিদ্ধ হ’ল নিম্নোলিখিত সামগ্ৰীসমূহঃ
১) ৫০ মাইক্ৰ’নৰ তলৰ প্লাষ্টিকৰ কেৰী বেগ।
২) ডিচপ’জেবল পানীৰ বটল।

৩) ডিচপ’জেবল গ্লাচ, প্লেট, চামোচ, কাপ, ষ্ট্ৰ’, চচৰ পেকেট আদি।
৪) থাৰ্ম’কলৰ সকলো সামগ্ৰী।
৫) চৰকাৰী সভাত ব্যৱহাৰ হ’ব কেৱল কাগজৰ কাপহে।

আৰু চাওক পৰৱৰ্তী বাতৰি