உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ‘তেওঁলোকে আমাৰ কথা নুশুনে, আমিও হাৰ নামানো’ – CAAক লৈ কি ভিডিঅ’ শ্বেয়াৰ কৰিলে জুবিনে?

    ‘তেওঁলোকে আমাৰ কথা নুশুনে, আমিও হাৰ নামানো’ – CAAক লৈ কি ভিডিঅ’ শ্বেয়াৰ কৰিলে জুবিনে?

    ভিডিঅ’ত CAA বিৰোধী প্ৰতিবাদৰ বিভিন্ন ফটো দেখা গৈছে। কটন বিশ্ববিদ্যালয়ৰ দেৱালত আঁৰি ৰখা হৈছে প্ৰতিবাদৰ ফটোসমূহ।

    ভিডিঅ’ত CAA বিৰোধী প্ৰতিবাদৰ বিভিন্ন ফটো দেখা গৈছে। কটন বিশ্ববিদ্যালয়ৰ দেৱালত আঁৰি ৰখা হৈছে প্ৰতিবাদৰ ফটোসমূহ।

    ভিডিঅ’ত CAA বিৰোধী প্ৰতিবাদৰ বিভিন্ন ফটো দেখা গৈছে। কটন বিশ্ববিদ্যালয়ৰ দেৱালত আঁৰি ৰখা হৈছে প্ৰতিবাদৰ ফটোসমূহ।

    • Share this:
    অসমৰ লগতে সমগ্ৰ দেশবাসীৰ প্ৰতিবাদৰ মাজতে দেশত বলৱৎ হ’ল নাগৰিকত্ব সংশোধনী আইন। শুকুৰবাৰে কেন্দ্ৰীয় চৰকাৰে ৰাজপত্ৰিত জাননী জাৰি কৰি এই আইন বলৱৎ কৰিলে। বিতৰ্কিত এই আইনখনৰ বিৰুদ্ধে এতিয়াও অব্যাহত আছে প্ৰতিবাদ আন্দোলন। অসমতো বিভিন্ন দল–সংগঠনে অব্যাহত ৰাখিছে প্ৰতিবাদী কাৰ্যসূচী।

    আইনখন বলৱৎ হোৱাৰ পিছতে জুবিন গাৰ্গে ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে এটা ভিডিঅ’। ভিডিঅ’টো বিশ্ববিদ্যালয়ৰ কলেজৰ বুলি উল্লেখ কৰা হৈছে। ভিডিঅ’ত CAA বিৰোধী প্ৰতিবাদৰ বিভিন্ন ফটো দেখা গৈছে। কটন বিশ্ববিদ্যালয়ৰ দেৱালত আঁৰি ৰখা হৈছে প্ৰতিবাদৰ ফটোসমূহ।

    ভিডিঅ’টোৰ সৈতে জুবিনে লিখিছে – ‘এমাহৰো অধিক সময় বিৰোধ, প্ৰতিবাদ হ’ল। তেওঁলোকে নুশুনে। তেওঁলোকে গুৰুত্ব নিদিয়ে। আমিও হাৰ নামানো। অসমৰ ছাত্ৰ সমাজে সাহস দেখুৱাইছে। আমি তোমালোকৰ সৈতে আছো।
    NEWS18 অসম ত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
    Published by:Sanjay Kumar Das
    First published: