• Home
  • »
  • News
  • »
  • assam
  • »
  • Zubeen Garg | ‘বোকা নৃত্য ছালৰ বাবে ভাল’ – বকোৰ ছমৰীয়াত ক’লে জুবিন গাৰ্গে

Zubeen Garg | ‘বোকা নৃত্য ছালৰ বাবে ভাল’ – বকোৰ ছমৰীয়াত ক’লে জুবিন গাৰ্গে

প্ৰতিকুল বতৰত হাজাৰ হাজাৰ দৰ্শকৰ মাজত নিজেও বৰষুণত তিতি গীত পৰিৱেশন কৰে জুবিনে।

প্ৰতিকুল বতৰত হাজাৰ হাজাৰ দৰ্শকৰ মাজত নিজেও বৰষুণত তিতি গীত পৰিৱেশন কৰে জুবিনে।

প্ৰতিকুল বতৰত হাজাৰ হাজাৰ দৰ্শকৰ মাজত নিজেও বৰষুণত তিতি গীত পৰিৱেশন কৰে জুবিনে।

  • Share this:
বকোৰ ছমৰীয়াত ১২ জুনৰ নিশা আয়োজিত ৰংমন সাংস্কৃতিক সন্ধিয়াত অংশগ্ৰহণ কৰি যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে চৰ্চিত বোকা নৃত্যক লৈ মন্তব্য কৰে। বোকা নৃত্য ছালৰ বাবে ভাল বুলি মন্তব্য কৰি শান্তিপূৰ্ণভাৱে সংগীতানুষ্ঠান উপভোগ কৰিবলৈ আহ্বান জনায় সমৰ্থকক।

ইফালে অসমীয়া চিনেমা চাবলৈ পুনৰ আহ্বান জনায় শিপ্লীগৰাকীয়ে। ৰংমনৰ মঞ্চত জুবিন আৰু শতাব্দী বৰাৰ কণ্ঠৰ 'এবাৰ যদি কোৱা' নামৰ গীত এটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। প্ৰতিকুল বতৰত হাজাৰ হাজাৰ দৰ্শকৰ মাজত নিজেও বৰষুণত তিতি গীত পৰিৱেশন কৰে জুবিনে।

অন্যহাতে, ৰংমনৰ মঞ্চত শেষৰ গানটোত প্ৰয়াত বলীউদৰ জনপ্ৰিয় শিল্পী কে কে স্মৰণ কৰি আৱেগিক হৈ পৰে জুবিন গাৰ্গ। অনুষ্ঠানৰ মাজতে বকোত ফুটবল খেলিবলৈ আহিম বুলিও কয় শিল্পীগৰাকীয়ে।
Published by:Sanjay Kumar Das
First published: