• Home
  • »
  • News
  • »
  • assam
  • »
  • জুবিন গাৰ্গ অসুস্থ, বাথৰুমত পিছলি পৰি আঘাত পাইছে জুবিনে

জুবিন গাৰ্গ অসুস্থ, বাথৰুমত পিছলি পৰি আঘাত পাইছে জুবিনে

বাথৰুমত পিছলি পৰি আঘাত মূৰত পাইছে জুবিনে।

বাথৰুমত পিছলি পৰি আঘাত মূৰত পাইছে জুবিনে।

বাথৰুমত পিছলি পৰি আঘাত মূৰত পাইছে জুবিনে।

  • Share this:
যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ অসুস্থ। ডিব্ৰুগড়ৰ সঞ্জীৱনী হাস্পতালত ভৰ্তি। বাথৰুমত পিছলি পৰি আঘাত মূৰত পাইছে জুবিনে। বৰ্তমান স্বাস্থ্যৰ অৱস্থ সুস্থিৰ। জনালে হাস্পতাল কৰ্তপক্ষই।
Published by:Sanjay Kumar Das
First published: