মুখ্যপৃষ্ঠা »খবৰ »অসম »আমাৰ লগত ‘পলিটিক্স’ নকৰিব, অসমীয়া জাতি–অসমীয়া ভাষাৰ বাবে সদায় আছো : জুবিন

আমাৰ লগত ‘পলিটিক্স’ নকৰিব, অসমীয়া জাতি–অসমীয়া ভাষাৰ বাবে সদায় আছো : জুবিন

অসমৰ সকলো জাতি–জনগোষ্ঠী, ছাত্ৰ সংগঠন CABৰ বিৰুদ্ধে একেলগে মাত মাতিবলৈ আহ্বান জনায় জুবিনে।

অসমৰ সকলো জাতি–জনগোষ্ঠী, ছাত্ৰ সংগঠন CABৰ বিৰুদ্ধে একেলগে মাত মাতিবলৈ আহ্বান জনায় জুবিনে।

  • Share this:
এইবাৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সকলোকে ওলাই আহিবলৈ আহ্বান জনাইছে জুবিন গাৰ্গে। কটন কলেজৰ পৰা ৰণহুংকাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ সকলোকে আহ্বান জনাইছে জুবিনে। বিধেয়কখনৰ বিৰোধিতা কৰি জুবিনে কয় – ‘আমাৰ লগত পলিটিক্স নকৰিব। CAB আমি কেতিয়াও মানি নলওঁ। অসমীয়া জাতি–ভাষাৰ বাবে সদায় আছো।’ অসমৰ সকলো জাতি–জনগোষ্ঠী, ছাত্ৰ সংগঠন CABৰ বিৰুদ্ধে একেলগে মাত মাতিবলৈ আহ্বান জনায় জুবিনে।

শেহতীয়া বাতৰি