মুখ্যপৃষ্ঠা »খবৰ »অসম »‘অসম আমাৰ, আমাৰ হৈ থাকিবলৈ দিয়ক’ – চৰকাৰক আৰু কি ক’লে প্ৰিয়ংকা ভৰালীয়ে? চাওক VIDEO

‘অসম আমাৰ, আমাৰ হৈ থাকিবলৈ দিয়ক’ – চৰকাৰক আৰু কি ক’লে প্ৰিয়ংকা ভৰালীয়ে? চাওক VIDEO

ফেচবুক লাইভযোগে প্ৰিয়ংকা ভৰালীয়ে চৰকাৰক এই বিধেয়কখন বাতিল কৰিবলৈ দাবী জনায়।

ফেচবুক লাইভযোগে প্ৰিয়ংকা ভৰালীয়ে চৰকাৰক এই বিধেয়কখন বাতিল কৰিবলৈ দাবী জনায়।

ফেচবুক লাইভযোগে প্ৰিয়ংকা ভৰালীয়ে চৰকাৰক এই বিধেয়কখন বাতিল কৰিবলৈ দাবী জনায়।

  • Share this:
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসম জ্বলিছে। উজনিৰ পৰা নামনিলৈ বিতৰ্কিত বিধেয়কখনৰ বিৰুদ্ধে দেখা গৈছে প্ৰতিবাদৰ জুই। দল–সংগঠনৰ সৈতে প্ৰায় সকলো স্তৰৰ লোকেই এই বিধেয়কখনৰ বিৰোধিতা কৰি ওলাই আহিছে ৰাজপথলৈ।

জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীয়েও নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিছে। ফেচবুক লাইভযোগে প্ৰিয়ংকা ভৰালীয়ে চৰকাৰক এই বিধেয়কখন বাতিল কৰিবলৈ দাবী জনায়। প্ৰিয়ংকা কয় – অসমখন আমাৰ, আমাৰ হৈ থাকিবলৈ দিয়ক।

শেহতীয়া বাতৰি