মুখ্যপৃষ্ঠা »খবৰ »অসম »CABৰ বিৰুদ্ধে গীত গাই প্ৰতিবাদ শিল্পী মানস ৰবীন আৰু অনুপম শইকীয়াৰ,Video

CABৰ বিৰুদ্ধে গীত গাই প্ৰতিবাদ শিল্পী মানস ৰবীন আৰু অনুপম শইকীয়াৰ,Video

জুবিন গাৰ্গৰ লগতে জাতিক উদ্ধাৰ কৰিবলৈ ওলাই আহিছে অসমৰ শিল্পীসমাজ

জুবিন গাৰ্গৰ লগতে জাতিক উদ্ধাৰ কৰিবলৈ ওলাই আহিছে অসমৰ শিল্পীসমাজ

জুবিন গাৰ্গৰ লগতে জাতিক উদ্ধাৰ কৰিবলৈ ওলাই আহিছে অসমৰ শিল্পীসমাজ

  • Share this:
ৰাজ্যত এতিয়া নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অব্যাহত আছে তীব্ৰ প্ৰতিবাদ। ৰাজ্যৰ বহু দল–সংগঠনে একেলগ হৈ আৰম্ভ কৰিছে কেবৰ বিৰুদ্ধে প্ৰতিবাদ। জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ওলাই আহিছে ৰাজ্যৰ ছাত্ৰ সমাজ। জুবিন গাৰ্গৰ লগতে ৰাজ্যৰ শিল্পী সমাজেও কেবৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হোৱা দেখিবলৈ পোৱা গৈছে। জনপ্ৰিয় কণ্ঠশিল্পী, সংগীত পৰিচালক মানস ৰবীন আৰু অনুপম শইকীয়াইয়ো গীতৰ জৰিয়তে প্ৰতিবাদ সাব্যস্ত কৰিছে বিতৰ্কিত বিধেয়কখনৰ বিৰুদ্ধে।

অসমীয়া জাতিৰ বিপদ ক্ষণত গীতেৰে প্ৰতিবাদ সাব্যস্ত কৰিছে মানস ৰবীনে। মানস ৰবীনক সংগ দিছে কণ্ঠশিল্পী কল্লোল বৰঠাকুৰে।



শিল্পী অনুপম শইকীয়াইয়ো জটিল পৰিস্থিতিত লিখি উলিয়াইছে গীত।

শেহতীয়া বাতৰি