কণ্ঠশিল্পী কৰৱী দাসৰ ৰহস্যজনক মৃত্যু, চিপ লোৱা অৱস্থাত উদ্ধাৰ মৃতদেহ

News18-Assam
Updated:August 7, 2019, 4:08 PM IST
কণ্ঠশিল্পী কৰৱী দাসৰ ৰহস্যজনক মৃত্যু, চিপ লোৱা অৱস্থাত উদ্ধাৰ মৃতদেহ
মৃত্যুৰ কাৰণ এতিয়াও ৰহস্যৰ আৱৰ্তত। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

মৃত্যুৰ কাৰণ এতিয়াও ৰহস্যৰ আৱৰ্তত। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

  • Share this:
কণ্ঠশিল্পী কৰৱী দাসৰ ৰহস্যজনক মৃত্যু। চিপ লোৱা অৱস্থাত উদ্ধাৰ হৈছে কণ্ঠশিল্পীগৰাকীৰ মৃতদেহ। গুৱাহাটীৰ শ্ৰীমন্তপুৰত সংঘটিত হৈছে এই ঘটনা। মৃত্যুৰ কাৰণ এতিয়াও ৰহস্যৰ আৱৰ্তত। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।
First published: August 7, 2019, 4:08 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading