মুখ্যমন্ত্ৰীৰ বিন্ধাকটাত দীপলীনা ডেকাক আক্ৰমণ

চাবুৱাৰ বিন্ধাকটাত অনুষ্ঠিত ৰঙালী বিহু সন্মিলনত অনুষ্ঠান পৰিৱেশন কৰিবলৈ যোৱা কণ্ঠশিল্পী দীপলীনাৰ বাহনৰ সমুখভাগ ভাঙি চূৰমাৰ কৰিলে দুৰ্বৃত্তই

Dulu Medhi | news18assam
Updated:April 25, 2019, 3:35 PM IST
মুখ্যমন্ত্ৰীৰ বিন্ধাকটাত দীপলীনা ডেকাক আক্ৰমণ
চাবুৱাৰ বিন্ধাকটাত অনুষ্ঠিত ৰঙালী বিহু সন্মিলনত অনুষ্ঠান পৰিৱেশন কৰিবলৈ যোৱা কণ্ঠশিল্পী দীপলীনাৰ বাহনৰ সমুখভাগ ভাঙি চূৰমাৰ কৰিলে দুৰ্বৃত্তই
Dulu Medhi | news18assam
Updated: April 25, 2019, 3:35 PM IST
ডিব্ৰুগড়ৰ চাবুৱাত কণ্ঠশিল্পী দীপলীনা ডেকাৰ বাহনত দুৰ্বৃত্তৰ আক্ৰমণ। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ চহৰ চাবুৱাত সংঘটিত হৈছে এই ঘটনা। চাবুৱাৰ বিন্ধাকটাত অনুষ্ঠিত ৰঙালী বিহু সন্মিলনত অনুষ্ঠান পৰিৱেশন কৰিবলৈ যোৱা কণ্ঠশিল্পী দীপলীনাৰ বাহনৰ সমুখভাগ ভাঙি চূৰমাৰ কৰিলে দুৰ্বত্তই।

দুৰ্বৃত্তৰ আক্ৰমণত বাহনখনৰ ক্ষতিসাধন হোৱাৰ লগতে আহত হয় দীপলীনাৰ কেইবাজনো সহশিল্পী। কণ্ঠশিল্পী দীপলীনাৰ অভিযোগৰ ভিত্তিত চাবুৱা আৰক্ষীয়ে আটক কৰিছে এজন যুৱকক।

চাওক এই ভিডিঅ’:

আৰু চাওক পৰৱৰ্তী বাতৰি