ডাঃ চন্দন শৰ্মাৰ নেতৃত্বত চিকিৎসা চলি আছে শিল্পী গৰাকীৰ ।
ডাঃ চন্দন শৰ্মাৰ নেতৃত্বত চিকিৎসা চলি আছে শিল্পী গৰাকীৰ ।
- জনপ্ৰিয় কণ্ঠশিল্পী দীক্ষু শৰ্মা চিকিৎসালয়ত ভৰ্তি ।
- জ্বৰ, পেটৰ বিষত আক্ৰান্ত হোৱাৰ লগতে বমিও কৰিছে জনপ্ৰিয় শিল্পীগৰাকীয়ে।
- শেহতীয়াকৈ দিক্ষু হেলথ চিটি চিকিৎসালয়ত চিকিৎসাধীন।
- ডাঃ চন্দন শৰ্মাৰ নেতৃত্বত চিকিৎসা চলি আছে শিল্পীগৰাকীৰ ।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|