உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ৰঙিয়াত দীপলীনা ডেকাৰ সংগীতানুষ্ঠান, মোহময়ী কণ্ঠশিল্পীগৰাকীৰ গীতত নাচি উঠিল সহস্ৰাধিক লোক

    ৰঙিয়াত দীপলীনা ডেকাৰ সংগীতানুষ্ঠান, মোহময়ী কণ্ঠশিল্পীগৰাকীৰ গীতত নাচি উঠিল সহস্ৰাধিক লোক

    মোহময়ী কণ্ঠশিল্পীগৰাকীৰ গীতৰ তালে তালে নাচিলে সকলোৱে।

    মোহময়ী কণ্ঠশিল্পীগৰাকীৰ গীতৰ তালে তালে নাচিলে সকলোৱে।

    মোহময়ী কণ্ঠশিল্পীগৰাকীৰ গীতৰ তালে তালে নাচিলে সকলোৱে।

    • Share this:
      ৰঙিয়াত জনপ্ৰিয় কণ্ঠশিল্পী দীপলীনা ডেকাৰ সংগীতানুষ্ঠান। কোভিড-১৯ৰ ভয়াৱহতাক নেওচি ওলাই আহিল কেইবা সহস্ৰাধিক লোক। ৰঙিয়াৰ শিৱ মন্দিৰ বাকৰিত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনত অনুষ্ঠান পৰিৱেশন কৰিলে দীপলীনা ডেকাই। মোহময়ী কণ্ঠশিল্পীগৰাকীৰ গীতৰ তালে তালে নাচিলে সকলোৱে।

      শেহতীয়াভাৱে ৰঙিয়াত কেইবাজনৰো দেহত ধৰা পৰিছে কোভিড-১৯। তাৰ পিছতো সজাগ সচেতন নহয় একাংশ লোক। দীপলীনাৰ অনুষ্ঠান চাবলৈ অহা সৰহসংখ্যক লোকৰ মুখত দেখা নগ’ল মাস্ক।
      Published by:Sanjay Kumar Das
      First published: