প্ৰেমিকলৈ হোৱাটছএপত ভিডিঅ’ কল কৰি শিল্পীৰ আত্মহত্যা

প্ৰেমিকলৈ হোৱাটছএপত ভিডিঅ’ কল কৰি শিল্পী জাগ্ৰিতী দেৱীয়ে কৰিলে আত্মহত্যা। দীৰ্ঘদিনীয়া প্ৰেমৰ পিছত হোৱা সংঘাতৰ পৰিণতিত শিল্পীগৰাকীৰ। ঘটনা অনুসৰি প্ৰেমিক বিজু নাথৰ সৈতে এই দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্ক আছিল জাগ্ৰিতীৰ। 

news18assam
Updated:June 8, 2019, 7:55 PM IST
প্ৰেমিকলৈ হোৱাটছএপত ভিডিঅ’ কল কৰি শিল্পীৰ আত্মহত্যা
জাগ্ৰিতী দেৱী
news18assam
Updated: June 8, 2019, 7:55 PM IST
মৰিগাঁৱত শিল্পীৰ আত্মহত্যা। প্ৰেমিকলৈ হোৱাটছএপত ভিডিঅ’ কল কৰি শিল্পী জাগ্ৰিতী দেৱীয়ে কৰিলে আত্মহত্যা। দীৰ্ঘদিনীয়া প্ৰেমৰ পিছত হোৱা সংঘাতৰ পৰিণতিত শিল্পীগৰাকীৰ। ঘটনা অনুসৰি প্ৰেমিক বিজু নাথৰ সৈতে এই দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্ক আছিল জাগ্ৰিতীৰ।

অভিযোগ অনুসৰি, শিল্পী জাগ্ৰিতীক প্ৰায়ে সন্দেহৰ দৃষ্টিৰে চাইছিল প্ৰেমিক বিজু নাথে। ইমানেই নহয়  সহযোগী শিল্পীৰ সৈতে সন্দেহ কৰি দীৰ্ঘদিন ধৰি শাৰীৰিক আৰু মানসিকভাৱে নিৰ্যাতন চলাই আহিছিল বুলি জাগ্ৰিতীৰ পৰিয়ালৰ অভিযোগ ৷ আনহাতে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলিও অভিযোগ উত্থাপন কৰে শিল্পীগৰাকীৰ পিতৃয়ে ৷
আৰু চাওক পৰৱৰ্তী বাতৰি