ভাইহঁত ঐ, ককাইহঁত ঐ...ঘৰ হেৰুৱাবি, বাৰী হেৰুৱাবি আৰু হেৰুৱাবি জাতি...চাওক Video

Source-Dhwani Records
নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে শিল্পী বিপিন চাউদাঙৰ প্ৰতিবাদী গীত
- News18 Assam
- Last Updated: December 21, 2019, 6:29 PM IST
দুৰ্দিনৰ সময়ত অসমীয়া জাতিক একত্ৰিত কৰাৰ উদ্দশ্যে কণ্ঠশিল্পী বিপিন চাউদাঙৰ জাতীয়তাবাদী গীত। গীতটোৰ মাজেৰে অনাগত সময়ৰ বাবে অসমীয়া জাতিক সাৱধান কৰি দিয়াৰ যেন প্ৰয়াস কৰিছে কণ্ঠশিল্পীগৰাকীয়ে।
ৰাজ্যৰ চৌদিশে এতিয়া নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ অব্যাহত আছে। ৰাজ্যৰ শিল্পীসমাজেও বহু প্ৰতিবাদী গীতেৰে জাতিটোক সজাগ কৰাৰ প্ৰয়াস কৰিছে। তাৰ মাজতেই বিপিন চাউদাঙৰ নতুন এই জাতীয়তাবাদী গীতে সৰ্বত্ৰ বিশেষ চৰ্চা লাভ কৰিছে।