অভিনেত্ৰী আশা বৰদলৈয়েও আজি পিন্ধিব গেৰুৱা বসন।
অভিনেত্ৰী আশা বৰদলৈয়েও আজি পিন্ধিব গেৰুৱা বসন।
আজি বিজেপিত যোগদান কৰিব কণ্ঠশিল্পী বিদ্যাসাগৰেও। গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত আনুষ্ঠানিকভাৱে যোগদান কৰিব দলটোত। এই যোগদান কাৰ্যসূচীত উপস্থিত থাকিব বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিত দাসৰ লগতে কেইবাজনো বিজেপি নেতা। উল্লেখযোগ্য যে অভিনেত্ৰী আশা বৰদলৈয়েও আজি পিন্ধিব গেৰুৱা বসন।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|