• Home
  • »
  • News
  • »
  • assam
  • »
  • অভিনেত্ৰী আশা বৰদলৈয়ে নহয়, কণ্ঠশিল্পী বিদ্যাসাগৰেও আজি যোগদান কৰিব বিজেপিত

অভিনেত্ৰী আশা বৰদলৈয়ে নহয়, কণ্ঠশিল্পী বিদ্যাসাগৰেও আজি যোগদান কৰিব বিজেপিত

অভিনেত্ৰী আশা বৰদলৈয়েও আজি পিন্ধিব গেৰুৱা বসন।

অভিনেত্ৰী আশা বৰদলৈয়েও আজি পিন্ধিব গেৰুৱা বসন।

অভিনেত্ৰী আশা বৰদলৈয়েও আজি পিন্ধিব গেৰুৱা বসন।

  • Share this:
আজি বিজেপিত যোগদান কৰিব কণ্ঠশিল্পী বিদ্যাসাগৰেও। গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত আনুষ্ঠানিকভাৱে যোগদান কৰিব দলটোত। এই যোগদান কাৰ্যসূচীত উপস্থিত থাকিব বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিত দাসৰ লগতে কেইবাজনো বিজেপি নেতা। উল্লেখযোগ্য যে অভিনেত্ৰী আশা বৰদলৈয়েও আজি পিন্ধিব গেৰুৱা বসন।
Published by:Sanjay Kumar Das
First published: