হাস্পতালৰ বিছনাত কণ্ঠশিল্পী আচূৰ্য বৰপাত্ৰ, ১ মাহলৈ গাব নোৱাৰিব গান

News18-Assam
Updated:November 24, 2019, 12:09 PM IST
হাস্পতালৰ বিছনাত কণ্ঠশিল্পী আচূৰ্য বৰপাত্ৰ, ১ মাহলৈ গাব নোৱাৰিব গান
ডিঙিৰ অসুখত আক্ৰান্ত হৈছে কণ্ঠশিল্পীগৰাকী

ডিঙিৰ অসুখত আক্ৰান্ত হৈছে কণ্ঠশিল্পীগৰাকী

  • News18 Assam
  • Last Updated: November 24, 2019, 12:09 PM IST
  • Share this:
হঠাৎ অসুস্থ হৈ পৰিছে জনপ্ৰিয় কণ্ঠশিল্পী আচূৰ্য বৰপাত্ৰ। ডিঙিৰ অসুখত আক্ৰান্ত হৈছে কণ্ঠশিল্পীগৰাকী। বৰ্তমান গুৱাহাটীৰ হেলথ চিটি চিকিৎসালয়ত চলি আছে আচূৰ্যৰ চিকিৎসা। চিকিৎসকৰ মতে, প্ৰায় এমাহ গীত গোৱাৰ পৰা বিৰত থাকিব লাগিব কণ্ঠশিল্পীগৰাকী।

 
আৰু চাওক
পৰৱৰ্তী বাতৰি