உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • নিশা টীয়কৰ পথৰ দাঁতিত কি কৰিছে সীমান্ত শেখৰে? ক'ত ল'লে চাহৰ জুতি...

    নিশা টীয়কৰ পথৰ দাঁতিত কি কৰিছে সীমান্ত শেখৰে? ক'ত ল'লে চাহৰ জুতি...

     সীমান্তই ছচিয়েল মিডিয়াত এই সন্দৰ্ভত সবিশেষ লিখিছে।

    সীমান্তই ছচিয়েল মিডিয়াত এই সন্দৰ্ভত সবিশেষ লিখিছে।

    সীমান্তই ছচিয়েল মিডিয়াত এই সন্দৰ্ভত সবিশেষ লিখিছে।

    • Share this:
    চাৰিওফালে শীতৰ প্ৰকোপ। এনে ঠাণ্ডাৰ মাজতে নাহৰকটীয়াৰ পৰা গুৱাহাটী অভিমুখে নিশা গাড়ীৰে যাত্ৰা অসম চলচিত্ৰ (বিত্ত- উন্নয়ন) নিগমৰ অধ্যক্ষ সীমান্ত শেখৰৰ। আৰু যাত্ৰাকালতে টীয়কৰ পথৰ দাঁতিত এখন চাহৰ দোকানত হঠাত উপস্থিত হৈ চাহৰ জুতি ল'লে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে। সীমান্তই ছচিয়েল মিডিয়াত এই সন্দৰ্ভত সবিশেষ লিখিছে।



    সীমান্তই লিখিছে যে, 'ঠাণ্ডা বতৰত একাপ চাহৰ আমেজেই সুকীয়া। সৰু দোকান খুবেই আটোম টোকাৰীকৈ সজাই পৰিচালনা কৰি আহিছে অসমীয়া পৰিয়ালটোৱে। তেওঁলোকৰ সহজ সৰল মনৰ কথাবোৰ শুনি, মোৰ প্ৰতি তেওঁলোকৰ থকা মৰম তথা আশীৰ্বাদৰ কথা জানি নিজকে ধন্য মানিছো। শিপাৰ সৈতে জড়িত হৈ থকা মানুহবোৰৰ মনৰ কথা বোৰে বহু কথাই শিকাই যায়।'
    Published by:Himangshu Bhuyan
    First published: