তিনি দিনে অচল অসম বিশ্ববিদ্যালয়, ধৰ্মঘট, অনশনত স্তব্ধ বিশ্ববিদ্যালয়ৰ পাঠদান  

News18 Assam | News18-Assam
Updated:February 14, 2020, 6:54 PM IST
তিনি দিনে অচল অসম বিশ্ববিদ্যালয়, ধৰ্মঘট, অনশনত স্তব্ধ বিশ্ববিদ্যালয়ৰ পাঠদান  
কিহৰ বাবে বিশ্ববিদ্যালয়খনৰ শিক্ষাৰ্থী নামিছে আন্দোলনত?

কিহৰ বাবে বিশ্ববিদ্যালয়খনৰ শিক্ষাৰ্থী নামিছে আন্দোলনত?

  • Share this:
ছাত্ৰীৰ প্ৰতিবাদত অচল শিলচৰস্থিত অসম বিশ্ববিদ্যালয়।  তিনি দিনে বিশ্ববিদ্যালয়খনত স্তব্ধ পাঠদান ৷ প্ৰতিবাদ, আন্দোলনত এতিয়া উত্তপ্ত হৈ পৰিছে  বিশ্ববিদ্যলয়ৰ চৌহদ ৷ বিশ্ববিদ্যালয়খনৰ মিলন দাস নামৰ ছাত্ৰজনক শিক্ষানুষ্ঠানৰ পৰা বহিষ্কাৰ কৰাক লৈ এতিয়া  অচল হৈ পৰিছে বিশ্ববিদ্যালয়খন।

বিশ্ববিদ্যালয় শিক্ষাৰ্থী সমাজে মানি নলয় মিলন দাসৰ বহিষ্কাৰ ৷ মিলন দাসৰ বহিষ্কাৰ বে–আইনী আখ্যা অসম বিশ্ববিদ্যালয় শিক্ষাৰ্থী সমাজৰ ৷ ছাত্ৰজনৰ কৰা বহিষ্কাৰ উঠাই ল’বলৈ তিনিদিনে অনাশন কাৰ্য্যসূচী গ্ৰহণ কৰাৰ ফলত অসুষ্ঠ হৈ পৰিছে কেইবাগৰাকীও শিক্ষাৰ্থীয়ে ৷ ত়াৰপাছতো সলনি হোৱা নাই বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ সিদ্ধান্ত ৷
আৰু চাওক
পৰৱৰ্তী বাতৰি