
ৰাজ্য চৰকাৰক আস্থাত নোলোৱাক লৈ ক্ষোভ শিলাদিত্যৰ।
ৰাজ্য চৰকাৰক আস্থাত নোলোৱাক লৈ ক্ষোভ শিলাদিত্যৰ।
উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ বিজেপিৰ বিতৰ্কিত বিধায়ক শিলাদিত্য দেৱৰ। NRCক লৈ দুৰ্নীতিত লিপ্ত হোৱাৰ অভিযোগ।
অসমত গণতন্ত্ৰক হত্যাৰ অভিযোগ ন্যায়ালয়ৰ বিৰুদ্ধে।
NRCত কেন্দ্ৰ ৰাজ্যক আস্থাত নোলোৱাৰ অভিযোগ।
উচ্চতম ন্যায়ালয়লৈ শিলাদিত্য দেৱৰ প্ৰশ্ন।
ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ বন্ধ কৰা সুৰা বিপণী কিয় খোলাৰ কিয় নিৰ্দেশ দিলে ন্যায়ালয়ে।
চাওক কি কৈছিল শিলাদিত্যইঃ
Published by:Tulika Devi
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|