মুখ্যপৃষ্ঠা » খবৰ

» অসম

»NRCক লৈ দুৰ্নীতিত লিপ্ত হৈছে উচ্চতম ন্যায়ালয়! বিধায়ক শিলাদিত্যৰ নতুন বিস্ফোৰণ

NRCক লৈ দুৰ্নীতিত লিপ্ত হৈছে উচ্চতম ন্যায়ালয়! বিধায়ক শিলাদিত্যৰ নতুন বিস্ফোৰণ

News18-Assam
Updated:September 23, 2019, 7:21 PM IST
NRCক লৈ দুৰ্নীতিত লিপ্ত হৈছে উচ্চতম ন্যায়ালয়! বিধায়ক শিলাদিত্যৰ নতুন বিস্ফোৰণ
ৰাজ্য চৰকাৰক আস্থাত নোলোৱাক লৈ ক্ষোভ শিলাদিত্যৰ।

ৰাজ্য চৰকাৰক আস্থাত নোলোৱাক লৈ ক্ষোভ শিলাদিত্যৰ।

  • News18 Assam
  • Last Updated: September 23, 2019, 7:21 PM IST
  • Share this:
উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ বিজেপিৰ বিতৰ্কিত বিধায়ক শিলাদিত্য দেৱৰ।  NRCক লৈ দুৰ্নীতিত লিপ্ত হোৱাৰ অভিযোগ।
অসমত গণতন্ত্ৰক হত্যাৰ অভিযোগ ন্যায়ালয়ৰ বিৰুদ্ধে।
NRCত কেন্দ্ৰ ৰাজ্যক আস্থাত নোলোৱাৰ অভিযোগ।

উচ্চতম ন্যায়ালয়লৈ শিলাদিত্য দেৱৰ প্ৰশ্ন।
ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ বন্ধ কৰা সুৰা বিপণী কিয় খোলাৰ কিয় নিৰ্দেশ দিলে ন্যায়ালয়ে।

চাওক কি কৈছিল শিলাদিত্যইঃ

 
First published: September 23, 2019, 7:21 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি