গুৱাহাটীত ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাং, পুৱাই আশিস ল’লে মা কামাখ্যাৰ

পুৱাই কামাখ্যা ধামত উপস্থিত হৈ পূজা–অৰ্চনা আগবঢ়ায় ছিকিমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।

News18-Assam
Updated:August 3, 2019, 10:53 AM IST
গুৱাহাটীত ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাং, পুৱাই আশিস ল’লে মা কামাখ্যাৰ
পুৱাই কামাখ্যা ধামত উপস্থিত হৈ পূজা–অৰ্চনা আগবঢ়ায় ছিকিমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।
News18-Assam
Updated: August 3, 2019, 10:53 AM IST
আজি পুৱাই কামাখ্যা মন্দিৰ দৰ্শন কৰে ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙে। ছিকিমৰ জনতাৰ শান্তি–সমৃদ্ধিৰ বাবে মা কামাখ্যাৰ চৰণত আশিস ল’লে মুখ্যমন্ত্ৰীগৰাকীয়ে। পুৱাই কামাখ্যা ধামত উপস্থিত হৈ পূজা–অৰ্চনা আগবঢ়ায় ছিকিমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰাজ্যখনত শান্তি–সমৃদ্ধিৰ বাবে শক্তিপীঠত সেৱা লয় প্ৰেম সিং তামাঙে।

আৰু চাওক পৰৱৰ্তী বাতৰি