শিক্ষা মন্ত্ৰীৰ দায়িত্ব হেৰুৱালে সিদ্ধাৰ্থ ভট্টাচাৰ্যই! শিক্ষাৰ পৰা আঁতৰাই এইটো বিভাগৰ দায়িত্ব অৰ্পণ!

News18 Assam | News18-Assam
Updated:January 18, 2020, 5:48 PM IST
শিক্ষা মন্ত্ৰীৰ দায়িত্ব হেৰুৱালে সিদ্ধাৰ্থ ভট্টাচাৰ্যই! শিক্ষাৰ পৰা আঁতৰাই এইটো বিভাগৰ দায়িত্ব অৰ্পণ!
Source-Google

ভৱেশ কলিতাক শিক্ষামন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰাৰ কথা প্ৰকাশ।

  • Share this:
সংবাদমাধ্যমৰ সূত্ৰত প্ৰকাশ পাইছে সৰ্বানন্দ সোণোৱাল মন্ত্ৰীসভাৰ সালসনি। দুজনকৈ নতুন মুখে মন্ত্ৰীসভাত ভুমুকি মৰাৰ পিছতে সোণোৱাল মন্ত্ৰীসভাৰ দপ্তৰৰ সালসলনি কৰা হৈছে। সূত্ৰমতে, শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই হেৰুৱালে বিভাগীয় মন্ত্ৰিত্ব। জলসিঞ্চন বিভাগৰ মন্ত্ৰী ভৱেশ কলিতাক শিক্ষা বিভাগৰ অতিৰিক্ত দায়িত্ব।  সিদ্ধাৰ্থ ভট্টাচাৰ্যক শিক্ষাৰ পৰা আঁতৰাই সমবায় বিভাগৰ দায়িত্ব অৰ্পণ। ভৱেশ কলিতাৰ পৰা ৰাজহ বিভাগ আঁতৰাই নতুনকৈ শপত লোৱা যোগেন মহনে ৰাজহ বিভাগ স্বতন্ত্ৰ দায়িত্ব পালে। আনহাতে আনজন নতুন মন্ত্ৰী সঞ্জয় কিষাণে শ্ৰম আৰু উন্নয়ন বিভাগৰ দায়িত্ব লাভ কৰিছে।

 
আৰু চাওক
পৰৱৰ্তী বাতৰি