News18 AssamNews18 Assam
|
News18-Assam Updated:October 6, 2020, 3:00 PM IST
আৰক্ষীয়ে ১১৮/২০২০ নম্বৰৰ গোচৰ ৰুজু কৰি অভিযুক্ত আৰক্ষী উপ-পৰিদৰ্শক গৰাকীক গ্ৰেপ্তাৰ কৰি ডিব্ৰুগড় কাৰাগাৰলৈ প্ৰেৰণ কৰে।
আৰক্ষীয়ে ১১৮/২০২০ নম্বৰৰ গোচৰ ৰুজু কৰি অভিযুক্ত আৰক্ষী উপ-পৰিদৰ্শক গৰাকীক গ্ৰেপ্তাৰ কৰি ডিব্ৰুগড় কাৰাগাৰলৈ প্ৰেৰণ কৰে।
টেঙাখাত আৰক্ষী থানাত চাঞ্চল্যকৰ ঘটনা। উৎকোচ লৈ ৰঙাঘৰৰ আলহী হ'ল টেঙাখাত আৰক্ষী থানাৰ উপ-পৰিদৰ্শক দীপজ্যোতি দাস। সংবাদ মাধ্যমৰ আগত উৎকোচ লোৱাৰ কথা স্বীকাৰ কৰিলে ভুক্তভোগী বাৰ্ণাবাচ কুজুৰে। ভুক্তভোগীয়ে ঘটনা সন্দৰ্ভত টেঙাখাত আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ১১৮/২০২০ নম্বৰৰ গোচৰ ৰুজু কৰি অভিযুক্ত আৰক্ষী উপ-পৰিদৰ্শক গৰাকীক গ্ৰেপ্তাৰ কৰি ডিব্ৰুগড় কাৰাগাৰলৈ প্ৰেৰণ কৰে।
Published by:
Sanjay Kumar Das
First published:
October 6, 2020, 3:00 PM IST