মুখ্যপৃষ্ঠা »খবৰ »অসম »Jonmani Rabha | বিতৰ্কিত SI জোনমণি ৰাভাক মাজুলী জিলা আৰু সত্ৰ ন্যায়ধীশৰ আদালতত হাজিৰ, বুধবাৰে আদালতে নাকচ কৰিছিল জামিন আবেদন

Jonmani Rabha | বিতৰ্কিত SI জোনমণি ৰাভাক মাজুলী জিলা আৰু সত্ৰ ন্যায়ধীশৰ আদালতত হাজিৰ, বুধবাৰে আদালতে নাকচ কৰিছিল জামিন আবেদন

 জোনমণিৰ জামিনৰ বাবে অধিবক্তাই উচ্চ ন্যায়লয়ত কৰিব আবেদন।

 জোনমণিৰ জামিনৰ বাবে অধিবক্তাই উচ্চ ন্যায়লয়ত কৰিব আবেদন।

  • Share this:
বিতৰ্কিত SI জোনমণি ৰাভাক মাজুলী জিলা আৰু সত্ৰ ন্যায়ধীশৰ আদালতত হাজিৰ। বুধবাৰে মাজুলী SDJM আদালতে নাকচ কৰিছিল জোনমণিৰ প্ৰথমখন জামিন আবেদন। জোনমণিৰ জামিনৰ বাবে অধিবক্তাই উচ্চ ন্যায়লয়ত কৰিব আবেদন।

মাজুলীত ৰাণা পগাগেৰে মিলি বহু লোকৰ পৰা প্ৰৱঞ্চনাৰে ধন সৰকোৱা বিত্তীয় কেলেংকাৰীৰ সৈতে জড়িত থকাৰ তথ্য–প্ৰমাণ লাভ কৰাৰ পাছত মাজুলী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ পিছত নগাঁও আৰক্ষীয়ে নিলম্বিত কৰিছিল SI জোনমণি ৰাভাক।

শেহতীয়া বাতৰি