SI কেলেংকাৰীৰ মূল খলনায়ক পি কে দত্তৰ অতিকৈ ঘনিষ্ঠ সুৰজ শৰ্মাক গ্ৰেপ্তাৰ বৰঝাৰ বিমানবন্দৰত

News18 Assam | News18-Assam
Updated:October 9, 2020, 2:53 PM IST
SI কেলেংকাৰীৰ মূল খলনায়ক পি কে দত্তৰ অতিকৈ ঘনিষ্ঠ সুৰজ শৰ্মাক গ্ৰেপ্তাৰ বৰঝাৰ বিমানবন্দৰত
ৰাজস্থানৰ পৰা আহি থকা অৱস্থাত বৰঝাৰ বিমানবন্দৰৰ পৰা গ্ৰেপ্তাৰ।

ৰাজস্থানৰ পৰা আহি থকা অৱস্থাত বৰঝাৰ বিমানবন্দৰৰ পৰা গ্ৰেপ্তাৰ।

  • Share this:
ৰাজ্য জোকাৰি যোৱা SI কেলেংকাৰীত সাঙোৰ খাইছে ইজনৰ পিছত সিজন লোকৰ নাম। জালত পৰিছে ইটোৰ পিছত সিটো ৰৌ–বৰালি। SI কেলেংকাৰীৰ মূল অভিযুক্ত পি কে দত্তৰ অতিকৈ ঘনিষ্ঠ সুৰজ শৰ্মাক গ্ৰেপ্তাৰ বৰঝাৰ বিমানবন্দৰত। ৰাজস্থানৰ পৰা আহি থকা অৱস্থাত অসম আৰক্ষীৰ অপৰাধ নিয়ন্ত্ৰণ শাখাই এক বিশেষ সূত্ৰৰ পম খেদি বৰঝাৰ বিমানবন্দৰৰ পৰাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় পি কে দত্তৰ ঘনিষ্ঠ এইজন সুৰজ শৰ্মাক। বিমানবন্দৰৰ পৰা গ্ৰেপ্তাৰ কৰি পোনে পোনে লোকজনক যোৱা হয় গুৱাহাটীৰ অপৰাধ শাখালৈকে।
Published by: Sanjay Kumar Das
First published: October 9, 2020, 2:53 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading