• Home
  • »
  • News
  • »
  • assam
  • »
  • SI নিযুক্তি কেলেংকাৰীঃ যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে কৰিমগঞ্জৰ প্ৰাক্তন আৰক্ষী অধীক্ষক SP কুমাৰ সঞ্জীত কৃষ্ণ

SI নিযুক্তি কেলেংকাৰীঃ যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে কৰিমগঞ্জৰ প্ৰাক্তন আৰক্ষী অধীক্ষক SP কুমাৰ সঞ্জীত কৃষ্ণ

অসম আৰক্ষিৰ উপ পৰিদৰ্শক পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল কেলেংকাৰীৰ সৈতে সাঙোৰ খাই এতিয়া বিপদত পৰিছে কৰিমগঞ্জ জিলাৰ প্ৰাক্তন আৰক্ষী অধিক্ষক কুমাৰ সঞ্জীত কৃষ্ণ।

  • Share this:
অসম আৰক্ষিৰ উপ পৰিদৰ্শক পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল কেলেংকাৰীৰ সৈতে সাঙোৰ খাই এতিয়া বিপদত পৰিছে কৰিমগঞ্জ জিলাৰ প্ৰাক্তন আৰক্ষী অধিক্ষক কুমাৰ সঞ্জীত কৃষ্ণ। চিআইডিয়ে সঞ্জীত কৃষ্ণৰ গ্ৰেপ্তাৰৰ অনুমতি বিচাৰি গৃহ বিভাগলৈ পত্ৰ প্ৰেৰণ কৰিছে।

অসম আৰক্ষীৰ SI পৰীক্ষাৰ প্ৰশ্নকাকত কেলেংকাৰীত সাঙোৰ খাই পৰা কৰিমগঞ্জৰ প্ৰাক্তন SP কুমাৰ সঞ্জীত কৃষ্ণৰ গুৱাহাটীৰ উলুবাৰীৰ কছাৰী বস্তিৰ বাসগৃহত তালাচী চলাইছে চি আই ডিয়ে।

সমগ্ৰ ঘটনাৰ সম্পৰ্কত আলোচনা কৰাৰ বাবে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত আৰু অসম আৰক্ষীৰ আইন শৃংখলা বিভাগৰ অতিৰিক্ত সঞ্চালক প্ৰধান জিপি সিঙে চিআইডি কাৰ্য্যলয়ত ৰুদ্ধধাৰ বৈঠকত মিলিত হয়।
Published by:Himangshu Bhuyan
First published: