অসম আৰক্ষীৰ SI নিযুক্তি কেলেংকাৰীঃ আত্মসমৰ্পণ কৰিবলৈ আহি অৱশেষত গ্ৰেপ্তাৰ হ’ল দিবন ডেকা

News18 Assam | News18-Assam
Updated:October 1, 2020, 12:14 AM IST
অসম আৰক্ষীৰ SI নিযুক্তি কেলেংকাৰীঃ আত্মসমৰ্পণ কৰিবলৈ আহি অৱশেষত গ্ৰেপ্তাৰ হ’ল দিবন ডেকা
বৰ্তমান চি আই ডি কাৰ্যালয়লৈ আনি থকা হৈছে দিবন ডেকাক।

বৰ্তমান চি আই ডি কাৰ্যালয়লৈ আনি থকা হৈছে দিবন ডেকাক।

  • Share this:
অৱশেষত গ্ৰেপ্তাৰ হ’ল অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ নিযুক্তি কেলেংকাৰীৰ অন্যতম অভিযুক্ত দিবন ডেকা। পাটাচাৰকুচিলৈ আত্মসমৰ্পণ কৰিবলৈ অহাৰ সময়তে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিজেপি নেতা দিবন ডেকাক। বৰ্তমান  চি আই ডি কাৰ্যালয়লৈ আনি থকা হৈছে দিবন ডেকাক। চি আই ডিৰ কাৰ্যালয়লৈ অনাৰ পিছতে জেৰা কৰা হ’ব দিবনক। উল্লেখযোগ্য যে, ইতিমধ্যে অসম আৰক্ষীয়ে দিবন ডেকাক মষ্ট ৱাণ্টেড ঘোষণা কৰিছিল।
Published by: Himangshu Bhuyan
First published: October 1, 2020, 12:14 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading