SI কেলেংকাৰীৰ আন এজন অভিযুক্ত আৰক্ষীৰ জালত

News18 Assam | News18-Assam
Updated:October 11, 2020, 2:28 PM IST
SI কেলেংকাৰীৰ আন এজন অভিযুক্ত আৰক্ষীৰ জালত
অভিযুক্ত জিণ্টু নাথক বৰ্তমান চাৰিদুৱাৰ আৰক্ষী থানাত ৰখা হৈছে।

অভিযুক্ত জিণ্টু নাথক বৰ্তমান চাৰিদুৱাৰ আৰক্ষী থানাত ৰখা হৈছে।

  • Share this:
ৰাজ্য কপোৱা SI কেলেংকাৰীৰ অন্য এজন অভিযুক্ত জিণ্টু নাথ আৰক্ষীৰ জালত। যোৱানিশা চাৰিদুৱাৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া আলিমুদ্দিন আহমেদৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে জামুগুৰিৰ বামুণীপাৰাৰ পৰা আটক কৰিবলৈ সক্ষম হয় জিণ্টু নাথক। জিণ্টু নাথৰ ঘৰ উত্তৰ গুৱাহাটীৰ চাংসাৰিত বুলি জানিব পৰা গৈছে। অভিযুক্ত জিণ্টু নাথক বৰ্তমান চাৰিদুৱাৰ আৰক্ষী থানাত ৰখা হৈছে।
Published by: Sanjay Kumar Das
First published: October 11, 2020, 2:28 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading