নলবাৰীত আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ SI কেলেংকাৰীৰ অন্যতম খলনায়ক ৰুবুল হাজৰিকাৰ!

News18 Assam | News18-Assam
Updated:October 9, 2020, 4:20 PM IST
নলবাৰীত আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ SI কেলেংকাৰীৰ অন্যতম খলনায়ক ৰুবুল হাজৰিকাৰ!
অৱশ্যে আৰক্ষীয়ে স্পষ্ট কৰা নাই এয়া আত্মসমৰ্পণ নে গ্ৰেপ্তাৰ৷

অৱশ্যে আৰক্ষীয়ে স্পষ্ট কৰা নাই এয়া আত্মসমৰ্পণ নে গ্ৰেপ্তাৰ৷

  • Share this:
SI কেলেংকাৰীৰ অন্য এক খলনায়ক ৰুবুল হাজৰিকাৰ আত্মসমৰ্পণ! ADGP জি পি সিঙৰ নেতৃত্বত মাৰাথন জেৰা নলবাৰী আৰক্ষী ছাউনীত৷ জেৰাৰ  অন্তত ধৃত ৰুবুল হাজৰিকাক লৈ জি পি সিংৰ নেতৃত্বতত অহা বিশাল আৰক্ষী বাহিনী গুৱাহাটী অভিমুখে ৰাওনা হয়৷ অৱশ্যে আৰক্ষীয়ে স্পষ্ট কৰা নাই এয়া আত্মসমৰ্পণ নে গ্ৰেপ্তাৰ৷

SI কেলেংকাৰীৰ খলনায়ক দিবন ডেকাৰ গ্ৰেপ্তাৰৰ পিছতে দিবনৰ সাংগোপাংগই বৰভাগৰ পৰা পলায়ন কৰাৰ গোপন খবৰ৷ পি কে দত্ত, দিবন ডেকাৰ পিছত এইবাৰ ৰুবুল হাজৰিকাৰ আত্মসমৰ্পণনে SI কেলেংকাৰীৰ ন ন তথ্য উন্মোচিত কৰাটো নিশ্চিত৷
Published by: Sanjay Kumar Das
First published: October 9, 2020, 4:20 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি