News18 AssamNews18 Assam
|
News18-Assam Updated:September 26, 2020, 12:41 PM IST
এতিয়া জোৰদাৰ গতিত চলিছে ৰাজ্য কঁপোৱা অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ নিযুক্তি কেলেংকাৰীৰ তদন্ত।
এতিয়া জোৰদাৰ গতিত চলিছে ৰাজ্য কঁপোৱা অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ নিযুক্তি কেলেংকাৰীৰ তদন্ত।
এতিয়া জোৰদাৰ গতিত চলিছে ৰাজ্য কঁপোৱা অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ নিযুক্তি কেলেংকাৰীৰ তদন্ত। প্ৰতিদিনে পোহৰলৈ আহিছে নতুন নতুন তথ্য। শনিবাৰে তিনিচুকীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অন্যতম অভিযুক্ত জয়দেৱ বৰুৱাক। সন্ধানহীন হৈ থকা জয়দেৱ নৈশবাছেৰে পুৱা তিনিচুকীয়াত উপস্থিত হোৱাৰ সময়তে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। সম্প্ৰতি তিনিচুকীয়া সদৰ থানাত ৰখা হৈছে অভিযুক্ত জয়দেৱক। ইফালে জয়দেৱক জেৰা কৰিলে কেলেংকাৰীৰ বহু বিস্ফোৰক তথ্য সন্মুখলৈ আহিব বুলি আশা প্ৰকাশ কৰিছে আৰক্ষীয়ে।
Published by:
Himangshu Bhuyan
First published:
September 26, 2020, 12:41 PM IST