বেংক বিষয়াক ধনদাবী কৰি গ্ৰেপ্তাৰ হ’ল দিছপুৰ থানাৰ SI গহীন পেগু

দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে SI গহীন পেগুক।

News18-Assam
Updated:September 27, 2019, 8:38 AM IST
বেংক বিষয়াক ধনদাবী কৰি গ্ৰেপ্তাৰ হ’ল দিছপুৰ থানাৰ SI গহীন পেগু
দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে SI গহীন পেগুক।
News18-Assam
Updated: September 27, 2019, 8:38 AM IST
দিছপুৰ থানাৰ উপ–পৰিদৰ্শক গহীন পেগুক গ্ৰেপ্তাৰ। উৎকোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ উপ–পৰিদৰ্শকগৰাকীক। এজন বেংক বিষয়াক ধনদাবী কৰাৰ অভিযোগ পেগুৰ বিৰুদ্ধে। SBIৰ শাখা প্ৰৱন্ধকক দাবী কৰিছিল ৫০ হাজাৰ টকা। দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে SI গহীন পেগুক। সম্প্ৰতি দিছপুৰ থানাত জেৰা অব্যাহত SI গহীন পেগুক।

 
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTubeFacebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি