মুখ্যপৃষ্ঠা » খবৰ

» অসম

»আৰক্ষীৰ উপ–পৰিদৰ্শক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল, তিনি যুৱকক সোধা–পোছাৰ বাবে আটক

আৰক্ষীৰ উপ–পৰিদৰ্শক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল, তিনি যুৱকক সোধা–পোছাৰ বাবে আটক

News18 Assam | News18-Assam
Updated:September 23, 2020, 5:00 PM IST
আৰক্ষীৰ উপ–পৰিদৰ্শক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল, তিনি যুৱকক সোধা–পোছাৰ বাবে আটক
উপ–পৰিদৰ্শক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল, তিনি যুৱকক সোধা–পোছাৰ বাবে আটক

উপ–পৰিদৰ্শক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল, তিনি যুৱকক সোধা–পোছাৰ বাবে আটক

  • News18 Assam
  • Last Updated: September 23, 2020, 5:00 PM IST
  • Share this:
অসম আৰক্ষীৰ উপ–পৰিদৰ্শকৰ পৰীক্ষাত প্ৰশ্ন কাকত ফাদিলৰ ঘটনাক লৈ কামৰূপৰ বামুন্দীৰ পৰা আটক তিনিজন যুৱকক। অপৰাধ অনুসন্ধান শাখাই সোধা–পোছাৰ বাবে আটক কৰিছে তিনিজনক। চন্দন কলিতা, কুশল দাসৰ লগতে আন এজনক আটক। বৰ্তমানো পলাতক অৱস্থাত আন দুজন। আটকাধীন তিনি যুৱক সন্দৰ্ভত আৰক্ষীয়ে লাভ কৰিছে ক্লু।
Published by: Sanjay Kumar Das
First published: September 23, 2020, 5:00 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি