আজি মুকলি হ’ব পুৰণি শৰাইঘাট দলং

 নিৰ্ধাৰিত সময়মতে মুকলি হ’ব দলঙখন। মুখ্যমন্ত্ৰী  সৰ্বানন্দ সোণোৱালে ২০ জুনত মুকলিৰ নিৰ্দেশ দিছিল। ৩ মাহৰ বাবে বন্ধ আছিল পুৰণি দলংখন। 

news18assam
Updated:June 20, 2019, 8:37 AM IST
আজি মুকলি হ’ব পুৰণি শৰাইঘাট দলং
 নিৰ্ধাৰিত সময়মতে মুকলি হ’ব দলঙখন। মুখ্যমন্ত্ৰী  সৰ্বানন্দ সোণোৱালে ২০ জুনত মুকলিৰ নিৰ্দেশ দিছিল। ৩ মাহৰ বাবে বন্ধ আছিল পুৰণি দলংখন। 
news18assam
Updated: June 20, 2019, 8:37 AM IST
আজি মুকলি হ’ব পুৰণি শৰাইঘাট দলং। নিৰ্ধাৰিত সময়মতে মুকলি হ’ব দলঙখন। মুখ্যমন্ত্ৰী  সৰ্বানন্দ সোণোৱালে ২০ জুনত মুকলিৰ নিৰ্দেশ দিছিল। ৩ মাহৰ বাবে বন্ধ আছিল পুৰণি দলংখন। ১১টা কানেক্টিং এক্সপানশ্যন জইণ্টছৰ মেৰামতি সম্পূৰ্ণ হোৱাৰ লগতে ৫৪খন ডেক শ্বেৱৰো মেৰামতিৰ কাম সম্পূৰ্ণ। ৫০০ টনৰো অধিক ষ্টীল প্লেট আৰু ৰিনফৰ্চমেণ্ট ৰ’ড ব্যৱহৃত নিৰ্মাণকাৰ্যত। ১৯৬২ত মুকলি হৈছিল প্ৰথমখন দলং। প্ৰথমবাৰলৈ বৃহত্‍ পৰিমাণৰ মেৰামতি কৰা হয় দলংখনত।
আৰু চাওক পৰৱৰ্তী বাতৰি