মৰাণস্থিত জৱাহৰ নবোদয় বিদ্যালয়ত ভয়ংকৰ ঘটনা। এগৰাকী ৫ মহীয়া অন্তঃসত্ত্বা শিক্ষয়িত্ৰী আক্ৰমণৰ সন্মুখীন হ'ল বিদ্যালয়খনৰ একাংশ উদণ্ড ছাত্ৰৰ।
তথ্য অনুসৰি, পৰীক্ষাত কম নম্বৰ পোৱাৰ বাবে শিক্ষয়িত্ৰীগৰাকীয়ে অভিভাৱক অভিযোগ দিছিল। এই কথাতে ক্ষুণ্ণ হৈ কেইবাজনো ছাত্ৰই শিক্ষয়িত্ৰীগৰাকী আক্ৰমণ কৰে।
ঘটনাটোক লৈ বিদ্যালয় কৰ্তৃপক্ষই ২২জন ছাত্ৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। শেহতীয়াকৈ খবৰ প্ৰাপ্ত এই ঘটনা যোৱা ২৭ নৱেম্বৰত সংঘটিত হৈছিল।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|