உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • কাৰাগাৰৰ পৰা ওলাল শ্বেৰমান আলী আহমেদ, সোমবাৰে বিধায়কগৰাকীয়ে লাভ কৰিছিল জামিন

    কাৰাগাৰৰ পৰা ওলাল শ্বেৰমান আলী আহমেদ, সোমবাৰে বিধায়কগৰাকীয়ে লাভ কৰিছিল জামিন

    পূৰ্বে ২টা গোচৰত জামিন লাভ কৰিছিল শ্বেৰমানে। আৰু সোমবাৰে পুনৰ আনটো গোচৰত জামিন লাভ কৰাৰ পিছত শ্বাৰমান আলীৰ কাৰাগাৰৰ পৰা বাহিৰলৈ অহাৰ পথ মুকলি হৈছিল।

    • Share this:
    কাৰাগাৰৰ পৰা ওলাল শ্বেৰমান আলী আহমেদ। আজি পুৱা ৬ বজাতে কাৰাগাৰৰ পৰা ওলাল শ্বেৰমান আলী। কাৰাগাৰৰ পৰা পোনে পোনে শ্বেৰমান আলী আহিল বিধায়ক আৱাসলৈ। তাৰ পৰা সমষ্টিলৈ ৰাওনা হয় বিধায়কগৰাকী।

    উল্লেখযোগ্য যে সোমবাৰে গীতানগৰ থানাৰ গোচৰত জামিন লাভ কৰিছিল শ্বেৰমান আলীয়ে। কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে জামিন প্ৰদান কৰে কংগ্ৰেছৰ পৰা নিলম্বিত বিধায়কগৰাকীক।

    পূৰ্বে ২টা গোচৰত জামিন লাভ কৰিছিল শ্বেৰমানে। আৰু সোমবাৰে পুনৰ আনটো গোচৰত জামিন লাভ কৰাৰ পিছত শ্বাৰমান আলীৰ কাৰাগাৰৰ পৰা বাহিৰলৈ অহাৰ পথ মুকলি হৈছিল।

    উল্লেখযোগ্য যে,  অসম আন্দোলনৰ শ্বহীদৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰি গ্ৰেপ্তাৰ হৈছিল শ্বেৰমান আলী। মহানগৰ আৰক্ষীয়ে দিছপুৰৰ চৰকাৰী অৱাসৰ পৰাই গ্ৰেপ্তাৰ কৰিছিল শ্বেৰমানক।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Sanjay Kumar Das
    First published: