உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Sherman Ali : বিজেপিৰ সভাত হঠাৎ উপস্থিত হ’ল শ্বেৰমান আলী, কেমেৰা দেখি শ্বেৰমানে ক’লে – ‘মই মানে...’

    Sherman Ali : বিজেপিৰ সভাত হঠাৎ উপস্থিত হ’ল শ্বেৰমান আলী, কেমেৰা দেখি শ্বেৰমানে ক’লে – ‘মই মানে...’

    মাছখোৱা সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হৈছিল পৌৰ নিৰ্বাচনৰ ৰণকৌশল প্ৰস্তুত সন্দৰ্ভত বিজেপিৰ বিশেষ সভা। এই সভা চলি থকাৰ সময়তে দেখা গ’ল শ্বেৰমান আলীক।

    • Share this:
    আজি মাছখোৱাৰ সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত বিজেপিৰ সভাত হঠাৎ উপস্থিত হ’ল কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলীক। মাছখোৱা সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হৈছিল পৌৰ নিৰ্বাচনৰ ৰণকৌশল প্ৰস্তুত সন্দৰ্ভত বিজেপিৰ বিশেষ সভা। এই সভা চলি থকাৰ সময়তে দেখা গ’ল শ্বেৰমান আলীক।

    কিন্তু সংবাদ মাধ্যমৰ কেমেৰা দেখি উভতিল শ্বেৰমান আলী। প্ৰথমে তেওঁ ক’লে মন্ত্ৰী এজনক লগ কৰিবলৈ আহিছো। পিছত ক’লে – নহয়, টয়লেটলৈহে আহিছিলো। উল্লেখযোগ্য যে উক্ত সভাত উপস্থিত আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও। শ্বেৰমান আলী তালৈ অহাৰ উদ্দেশ্য কি আছিল সেই কথা স্পষ্ট নহয় যদিও, বিজেপিৰ সভাত শ্বেৰমানৰ উপস্থিতিয়ে কিছু সময়ৰ বাবে সকলোকে আচৰিত কৰি তোলে।
    Published by:Sanjay Kumar Das
    First published: