• Home
  • »
  • News
  • »
  • assam
  • »
  • ৰঙিয়াত চক্ৰ বিষয়াৰ কাৰ্যালয়ত এছ এফ আইৰ প্ৰতিবাদ

ৰঙিয়াত চক্ৰ বিষয়াৰ কাৰ্যালয়ত এছ এফ আইৰ প্ৰতিবাদ

 বিভিন্ন শ্লোগানেৰে প্ৰতিবাদকাৰীসকলে উত্তাল কৰি তোলে পৰিৱেশ।

বিভিন্ন শ্লোগানেৰে প্ৰতিবাদকাৰীসকলে উত্তাল কৰি তোলে পৰিৱেশ।

বিভিন্ন শ্লোগানেৰে প্ৰতিবাদকাৰীসকলে উত্তাল কৰি তোলে পৰিৱেশ।

  • Share this:
    ৰঙিয়াত এছএফআইৰ প্ৰতিবাদ। চক্ৰ বিষয়াৰ কাৰ্যালয়ত শতাধিক প্ৰতিবাদকাৰীৰ ধৰ্ণা। উত্তীৰ্ণ ছাত্র-ছাত্ৰীৰ বাবে কলেজত আসন নিশ্চিত কৰা, ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ বাতিল কৰা, পৰীক্ষা অবিহনে মাচুল লোৱা বন্ধ কৰা আৰু অন্তিম ছেমিষ্টাৰৰ ছাত্র-ছাত্ৰীসকলক বিকল্প ব্যৱস্থাৰ জৰিয়তে উত্তীৰ্ণ কৰাৰ দাবীত তীব্ৰ প্ৰতিবাদ। বিভিন্ন শ্লোগানেৰে প্ৰতিবাদকাৰীসকলে উত্তাল কৰি তোলে পৰিৱেশ।
    Published by:Sanjay Kumar Das
    First published: