ভাৰতীয় জনতা পাৰ্টীলৈ সীমান্ত শেখৰ, দীপক শৰ্মা, প্ৰাঞ্জনা দত্ত আৰু কোন কোন? সম্পূৰ্ণ তালিকা চাওক

News18 Assam | News18-Assam
Updated:August 25, 2020, 12:57 PM IST
ভাৰতীয় জনতা পাৰ্টীলৈ সীমান্ত শেখৰ, দীপক শৰ্মা, প্ৰাঞ্জনা দত্ত আৰু কোন কোন? সম্পূৰ্ণ তালিকা চাওক
চাওক কোনে কোনে পিন্ধিলে গেৰুৱা বসন।

চাওক কোনে কোনে পিন্ধিলে গেৰুৱা বসন।

  • Share this:
২০২১ৰ নিৰ্বাচনৰ পূৰ্বে শিল্পী যোগদানৰ তত্‍পৰতা অব্যাহত। ভাৰতীয় জনতা পাৰ্টীত আজি যোগদান কৰে সীমান্ত শেখৰ,  প্ৰাণজিৎ দাস, দীপক শৰ্মা, ৰেবা ফুকন , প্ৰাঞ্জনা দত্ত, পংকজ ইংতি, বিৰিণা পাঠক, জয় চক্ৰবৰ্তী, ডিমলী গগৈ, পল ফুকন, কবিন্দ দাস, পল্লৱ পৱন বৰা, সুদীপ্ত ভৰদ্বাস, আৰোহণ বৰদলৈ, বিজয় কাশ্যপ, প্ৰসন্ন বৰা, ঋতিকা হাজৰিকা, কিশোৰ দাস, সিধান্ত কলিতা, ধূপ কাশ্যপ, জযশ্ৰী গোস্বমী, প্ৰতিমা দেবী, বৈকুণ্ঠ পাঠক, ঋশৱ শৰ্মা, অংকুৰাণী শৰ্মা, নীৰৱ মন শৰ্মা, প্ৰিয়ংকা কলিতা, বিকি শৰ্মা, দীনেশ বিষয়া সহ সাংস্কৃতিক জগতৰ বহুকেইজনে।

চাওক তালিকা
First published: August 25, 2020, 12:57 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading