ৰাজ্যত নতুনকৈ ৭জনৰ দেহত ধৰা পৰিল কোৰোণা ভাইৰাছ, মুঠ আক্ৰান্তৰ সংখ্যা ২৬৬জনলৈ বৃদ্ধি

News18 Assam | News18-Assam
Updated:May 23, 2020, 11:52 AM IST
ৰাজ্যত নতুনকৈ ৭জনৰ দেহত ধৰা পৰিল কোৰোণা ভাইৰাছ, মুঠ আক্ৰান্তৰ সংখ্যা ২৬৬জনলৈ বৃদ্ধি
ৰাজ্যত হৈছে কোৰোণা ভাইৰাছৰ ভয়ানক সংক্ৰমণ

ৰাজ্যত হৈছে কোৰোণা ভাইৰাছৰ ভয়ানক সংক্ৰমণ

  • Share this:
ৰাজ্যত হৈছে কোৰোণা ভাইৰাছৰ ভয়ানক সংক্ৰমণ। প্ৰতিদিনাই দ্ৰুত হাৰত বৃদ্ধি পাইছে কোৰোণাত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা। ৰাজ্যত নতুনকৈ ৭ জনৰ দেহত ধৰা পৰিছে কোৰোণা ভাইৰাছ। বৰ্তমান আটাইকেইজন সৰুসজাইৰ কোৱাৰেণ্টাইন চেণ্টাৰতে আছে। আক্ৰান্ত হোৱা কেইজনৰ ভিতৰত ৬জন হোজাইৰ আৰু এজন ধুবুৰীৰ।

ইয়াৰ লগে লগে ৰাজ্যত কোৰোণাত আক্ৰান্তৰ সংখ্যা ২৬৬জনলৈ বৃদ্ধি পালে। তাৰে ভিতৰত বৰ্তমান ২০৫ জন চিকিত্‍সাধীন হৈ আছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading