• Home
  • »
  • News
  • »
  • assam
  • »
  • পত্নীক ডিঙি চেপি হত্যা! সত্ৰ ন্যায়ালয়ে স্বামীক শুনালে যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায়

পত্নীক ডিঙি চেপি হত্যা! সত্ৰ ন্যায়ালয়ে স্বামীক শুনালে যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায়

২০২০ চনৰ ২৫ আগষ্টত কাকী ডেৰাপথাৰত সংঘটিত হৈছিল লোমহৰ্ষক হত্যাকাণ্ড।

২০২০ চনৰ ২৫ আগষ্টত কাকী ডেৰাপথাৰত সংঘটিত হৈছিল লোমহৰ্ষক হত্যাকাণ্ড।

২০২০ চনৰ ২৫ আগষ্টত কাকী ডেৰাপথাৰত সংঘটিত হৈছিল লোমহৰ্ষক হত্যাকাণ্ড।

  • Share this:
হোজাইত পত্নী হত্যাকাৰী স্বামীক যাৱজীৱন কাৰাদণ্ড আদালতৰ। ২০২০ চনৰ ২৫ আগষ্টত কাকী ডেৰাপথাৰত সংঘটিত হৈছিল লোমহৰ্ষক হত্যাকাণ্ড। স্বামী চিমল ডালুৱে ডিঙি চেপি হত্যা কৰিছিল পত্নী মৌচুমী ডালুক।

শংকৰদেৱ নগৰ জিলা ও সত্ৰ ন্যায়ালয়ে আজি ৰায়দান কৰিছে এই হত্যাকাণ্ডৰ। হত্যাকাৰী স্বামীক বিহা হৈছে যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায়। গোচৰটোত চৰকাৰী পক্ষৰ অধিবক্তা আছিল অমৰজ্যোতি শইকীয়া।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি