গুৱাহাটীত কোনে সংস্থাপন কৰিছিল IED? আৰক্ষীৰ তদন্তত চাঞ্চল্যকৰ তথ্য

News18 Assam | News18-Assam
Updated:February 6, 2020, 2:31 PM IST
গুৱাহাটীত কোনে সংস্থাপন কৰিছিল IED? আৰক্ষীৰ তদন্তত চাঞ্চল্যকৰ তথ্য
তিনিচুকীয়া আৰক্ষীয়ে চলোৱা মাৰাথন জেৰাত বোমা সংস্থাপনৰ কথা স্বীকাৰ কৰিছে ৰক্তিমে।

তিনিচুকীয়া আৰক্ষীয়ে চলোৱা মাৰাথন জেৰাত বোমা সংস্থাপনৰ কথা স্বীকাৰ কৰিছে ৰক্তিমে।

  • Share this:
গুৱাহাটীত আই ই ডি উদ্ধাৰৰ ঘটনাৰ চাঞ্চল্যকৰ তথ্য। বিস্ফোৰণৰ পৰিকল্পনাৰে আলফা সদস্য ৰক্তিম গগৈয়ে নিজেই সংস্থাপন কৰিছিল বোমা। নাইট ছুপাৰত তিনিচুকীয়াৰ পৰা গুৱাহাটীলৈ আহিছিল ৰক্তিম। বোমা সংস্থাপন কৰি পুনৰ ঘূৰি গৈছিল তিনিচুকীয়ালৈ। তাৰ পিছতে মঙলবাৰে নিশা তিনিচুকীয়াত গ্ৰেপ্তাৰ হৈছিল ৰক্তিম। ৰক্তিম অসম অৰুণোদয় অসমৰ গ্ৰুপৰ সদস্য। ২৭ জানুৱাৰীত আৰাকান শিবিৰৰ পৰা পৰা নামি আহিছিল সদসজন। তিনিচুকীয়া আৰক্ষীয়ে চলোৱা মাৰাথন জেৰাত বোমা সংস্থাপনৰ কথা স্বীকাৰ কৰিছে ৰক্তিমে।
আৰু চাওক
পৰৱৰ্তী বাতৰি