உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • তিনিচুকীয়াৰ জ্যেষ্ঠ সাংবাদিক বিকাশ মৰাণৰ আত্মহনন, নিজৰ পিষ্টলেৰে গুলীয়ালে মূৰত

    তিনিচুকীয়াৰ জ্যেষ্ঠ সাংবাদিক বিকাশ মৰাণৰ আত্মহনন, নিজৰ পিষ্টলেৰে গুলীয়ালে মূৰত

    কিহৰ বাবে সাংবাদিকগৰাকীয়ে এই পন্থা বাচি ল’লে সেয়া বৰ্তমান ৰহস্যৰ আঁৰত।

    কিহৰ বাবে সাংবাদিকগৰাকীয়ে এই পন্থা বাচি ল’লে সেয়া বৰ্তমান ৰহস্যৰ আঁৰত।

    কিহৰ বাবে সাংবাদিকগৰাকীয়ে এই পন্থা বাচি ল’লে সেয়া বৰ্তমান ৰহস্যৰ আঁৰত।

    • Share this:
    তিনিচুকীয়াৰ জ্যেষ্ঠ সাংবাদিক বিকাশ মৰাণৰ আত্মহত্যা। নিশা ১১.৩০ মান বজাত তিনিচুকীয়া জিলাৰ মাকুমৰ নিজ বাসগৃহত নিজৰ পিষ্টলেৰে মূৰত গুলীয়াই আত্মহত্যাৰ দৰে চৰম পন্থা বাচি লয় সাংবাদিকগৰাকীয়ে৷ এই ঘটনাই এতিয়া সচকিত কৰি তুলিছে ৰাজ্যৰ বৌদ্ধিক মহলক৷

    কিহৰ বাবে সাংবাদিকগৰাকীয়ে এই পন্থা বাচি ল’লে সেয়া বৰ্তমান ৰহস্যৰ আঁৰত। নিশা ঘটনাৰ পিছত তিনিচুকীয়াৰ অসামৰিক চিকিৎসালয়লৈ অনা হয় সাংবাদিকগৰাকীৰ মৃতদেহ। পুৱা ১০ মান বজাত মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হ’ব মৃতদেহ। আৰক্ষীৰ তদন্তৰ পিছত পোহৰলৈ আহিব ঘটনাৰ ৰহস্য।
    Published by:Sanjay Kumar Das
    First published: