কেবৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আৰু এজন নিহত, হাতীগাঁৱত এজনৰ আৰক্ষীৰ গুলীত মৃত্যু

News18 Assam | News18-Assam
Updated:December 12, 2019, 7:14 PM IST
কেবৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আৰু এজন নিহত, হাতীগাঁৱত এজনৰ আৰক্ষীৰ গুলীত মৃত্যু
দ্বিতীয়জনৰ মৃত্যু মহানগৰীত।

দ্বিতীয়জনৰ মৃত্যু মহানগৰীত।

  • Share this:
কেব বিৰোধী আন্দোলনে ৰাজ্যত ক্ৰমাৎ ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সময়তে ৰাজ্যত আৰু এজনৰ আৰক্ষীৰ গুলীত মৃত্যু। হাতীগাঁৱৰ শংকৰ পথত গুলীচালনাত এজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আন দুজন আহত হৈছে। মহানগৰীৰ বিভিন্ন ঠাইত হিংসাত্মক প্ৰতিবাদৰ মাজতে কেবাঠাইতো গুলীচালনাৰ ঘটনা সংঘটিত হৈছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি