মুখ্যপৃষ্ঠা »খবৰ »অসম »HSLC Exam : বিজ্ঞান আৰু MIL পৰীক্ষাক লৈ SEBAৰ নতুন নিৰ্দেশনা

HSLC Exam : বিজ্ঞান আৰু MIL পৰীক্ষাক লৈ SEBAৰ নতুন নিৰ্দেশনা

অহা ৩০ মাৰ্চ আৰু ১ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া বিজ্ঞান আৰু MIL পৰীক্ষাত যাতে ত্ৰুটি ৰৈ নাযায় তাৰ বাবে প্ৰকাশ পাইছে জাননী৷

  • Share this:
অসম মাধ্যমিক শিক্ষা পৰিষদৰ অধীনত অনুষ্ঠিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দুই প্ৰশ্নকাকত ফাদিলৰ পিছতে কঠোৰ হৈছে ছেৱা৷ প্ৰথম আৰু দ্বিতীয় ভুলৰ পিছত তৃতীয়টো ভুল যাতে নহয়, তাৰ বাবে ছেবা কৰ্তৃপক্ষই অৱলম্বন কৰিছে কঠোৰ নিৰ্দেশনা৷

অহা ৩০ মাৰ্চ আৰু ১ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া বিজ্ঞান আৰু MIL পৰীক্ষাত যাতে ত্ৰুটি ৰৈ নাযায় তাৰ বাবে প্ৰকাশ পাইছে জাননী৷ ছেৱাই প্ৰেৰণ কৰা প্ৰশ্নকাকত গ্ৰহণ কৰিব নিৰ্দিষ্ট থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই৷ থানালৈ প্ৰেৰণ কৰা প্ৰশ্নকাকত পৰীক্ষাৰ নিৰ্দিষ্ট দিনত কেন্দ্ৰ তত্বাৱধায়কে CCTVৰ সন্মুখত খুলিব লাগিব৷

আনফালে, ছেবাই নিযোগ কৰা বিষয়াই উভতি অহা সময়ত পৰীক্ষা কেন্দ্ৰত অব্যৱহৃত নথি উভতাই লৈ আহিব লাগিব৷ মুঠৰ ওপৰত পৰীক্ষা পদ্ধতিত ত্ৰুটি ৰৈ নযোৱাৰ বাবে গ্ৰহণ কৰিছে কিছু পদ্ধতি৷

শেহতীয়া বাতৰি