• Home
  • »
  • News
  • »
  • assam
  • »
  • ১৫ জুনৰ ভিতৰত ঘোষণা কৰা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল

১৫ জুনৰ ভিতৰত ঘোষণা কৰা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল

এই কথা জনালে ছেবাৰ অধ্যক্ষ ৰমেশ চান্দ জৈনে

এই কথা জনালে ছেবাৰ অধ্যক্ষ ৰমেশ চান্দ জৈনে

এই কথা জনালে ছেবাৰ অধ্যক্ষ ৰমেশ চান্দ জৈনে

  • Share this:
১৫ জুনৰ ভিতৰত ঘোষণা কৰা হ’ব মেট্ৰিকৰ ফলাফল। ইতিমধ্যে সম্পূৰ্ণ হৈছে ফলাফলৰ কাম। এতিয়া কেৱল ভেৰিফিকেশ্যনৰ কাম চলি আছে। ল’ক ডাউনৰ বাবে এইবাৰ অনলাইন যোগে ঘোষণা কৰা হ’ব ফলাফল। কেৱল ঘোষণা কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীয়ে অনলাইনত লাভ কৰিব মাৰ্কশ্বিট। ফলাফল ঘোষণাৰ ১০ৰ ১৫ দিনৰ পিছত দিয়া হ’ব মাৰ্কশ্বিট। এই কথা জনালে ছেবাৰ অধ্যক্ষ ৰমেশ চান্দ জৈনে।
First published: